বন্ধুসকল যদি তোমালোকে আমাৰ  Blogging Website  টো Visit কৰি থাকা তেনেহলে তোমালোকে BloggerBlog  কেনেকৈ বনাব লাগে এইটো জানি পাইছা। আৰু যদি এতিয়াও তোমালোকে Blog কেনেকৈ বনাব লাগে এইটো নাজানা তেনেহলে ইয়াত পঢ়ি লোবা  (ফ্ৰী ব্লগ কেনেকৈ বনাব সকলো Step by Step অসমীয়াত)

    তিয়া আমি জানিম যে Blog ত পোষ্ট কেনেকৈ কৰিব লাগে। যেতিয়া তোমালোকে Blogger ত প্ৰথম পোষ্ট কৰিবা তেতিয়া তোমালোকে কিছুমান প্ৰয়োজনীয়  কথাৰ প্ৰতি মনযোগ দিব লাগিব। এই প্ৰয়োজনীয় কথাবিলাক তোমালোকে এই পোষ্টত জানিবলৈ পাবা।

তো বন্ধুসকল Blogger ত প্ৰথম Blog পোষ্ট কৰিবৰ বাবে তলত দিয়া Step বিলাক Follow  কৰিলে হল।

Step 1- প্ৰথমত আপোনালোকে Blogger Dashboard   Login কৰক

Step 2- বাঁওফালে New Post Option দেখা পাব (Picture-2। তাঁতে Click কৰক। 


Blog Post


Picture-1

Step 3-  এতিয়া আপোনাৰ সম্মুখত এখন খোলা Page  আহিব (Picture-3), তাতে আপোনালোকে নিজৰ পোষ্ট বা আৰ্তিকেল খিনি লিখিব পাৰিব। Blogger  পোষ্ট লিখাৰ কাৰনে আপোনাৰ পোষ্টটোৰ  Formatting বাবে বহুত Option  পাব। তলত এইবোৰ ভালকৈ বুজাই দিয়া হল।

Blog Post

Picture-2

Blogger পোষ্টৰ সকলো Option- Picture-3

১। সবাতকৈ ওপৰত Title Option আছে, তাতে আপোনালোকে নিজৰ Blog Title  টো লিখিব পাৰে।    ( ১নম্বৰ সংখ্য়া ছবি চোৱা)

২। Title ৰ নিচত Toolbar আছে, তাতে আপোনালোকে আপোনাৰ পোষ্ট টোক Formatting  কৰিব পাৰে। Toolbar  ৰ সহায়ত আপোনালোকে ছবি, ভিডিঅ, লিংক সন্নিবিষ্ট কৰিব পাৰে  নম্বৰ সংখ্য়া ছবি চোৱা)

৪। শব্দবোৰক Bold Italic, Underline কৰিব পাৰে।

Blog Post Title bar

Picture-3


৫। Heading Tag add কৰিব পাৰে।ভাষা পৰিবৰ্তন কৰিব পাৰে। লেখনিৰ Style পৰিবৰ্তন কৰিব পাৰে আদি বিভিন্ন ধৰনৰ সুবিধা আপোনালকে Toolbar Option ত পাব।

৬। Top bar ৰ সোঁফালে আপোনালোকে Preview Option দেখা পাব, ইয়াৰ দ্বাৰা আপোনালোকে আপোনাৰ পোষ্টতো কেনেকুৱা হল, অন্তিম Publish  কৰাৰ আগত  Preview  কৰি এবাৰ চাব পাৰিব। 

লগতে পড়ক : Unique Facebook Bio for Boys II Facebook Bio for Boys in Hindi

ইয়াৰ তলত আপোনালোকে কিছুমান Option  দেখা পাব, এতিয়া এইবোৰৰ বিষয়ে ভালদৰে জানি লঁও। (Picture-4)

  • Level- Level ৰ ব্যৱহাৰ বেলেগ বেলেগ পোষ্টৰ ক্ষেত্ৰত বেলেগ হয়। ধৰিলো যে আপোনাৰ Blog অনলাইন আয় সম্পৰ্কে, তেনেহলে ইয়াত আপুনি Level  টো "অনলাইন আয়" বা "অনলাইন ইনকাম" এনেকুৱা দিব পাৰে। এইধৰনে আপোনাৰ Blog ত যিমান বিলাক পোষ্ট থাকিব সকলোৰ বাবে বেলেগ বেলেগ Level বনাব পাৰি।
Blog Post Setting

(Picture-4)

  • Published on - এই Option  টোৰ সহায়ত আপোনালোকে আপোনাৰ পোষ্টতোক Schedule ত লৈ Publish কৰিব পাৰে। যেনে আপোনাৰ পোষ্ট তো আপুনি আজি লিখিলে কিন্তু আপুনি অহাকালি ৰাতিপুৱা বজাত Publish কৰিব। তেনেহলে আপোনালোকে এই Alarm ঘড়ীৰ নিচিনা Set কৰি লব পাৰে। আৰু Set কৰাৰ পিছত পোষ্টটো Automatically অহাকালি ৰাতিপুৱা ৯ বজাত Publish হৈ যাব।
  • Permalink- Permalink হল যিকোনো BlogURL হয়।ইয়াৰ সহায়ত আপোনালোকে আপোনাৰ Blog পোষ্টটোত Custom Permalink  বনাব পাৰি। যিটো SEO Friendly URL  হয়।
  • Location- ইয়াৰ সহায়ত আপোনালোকে Location  Set কৰিব পাৰে।
  • Search Description- ইয়াৰ সহায়ত আপোনালোকে Blog  পোষ্টৰ Meta Description লিখিব পাৰে। Meta Description Blog পোষ্টক Search Engine  ত Rank কৰিবৰ বাবে খুবেই গুৰুত্বপুৰ্ন। (যদি আপোনাৰ Blog ত  Description Option টো Enable নাই তেনহলে আপুনি Blogger  ৰ SEO Setting Meta Description তো Enable  কৰিব পাৰে।)
  • Option- ইয়াৰ যোগেদি আপোনালোকে Blog পোষ্টত Comment Option off কৰিব পাৰে। কিন্তু মোৰ মতে আপোনালোকে এইটো Option On  ৰখা টোৱে ভাল।
  • Custom Robot Tag- এই Option  টো আপোনালোকে Default ৰাখিব , যদি আপোনালোকে ইয়াত বেলেগ কিবা Setting কৰে তেনেহলে পিছত আপোনাৰ Indexing কৰোতে সমস্যা হব। Custom Robot Tag টো Default  থাকিলে আপোনাৰ Blog  পোষ্টটো Google  ত সোনকালে Indexing হব।

এনেকৈ আপুনি Blogger  ত পোষ্ট লিখিব পাৰিব। আপুনি Blog  পোষ্ট লিখাৰ আগতে কিছুমান কথা মনত ৰাখিব লাগে। এই কথাবিলাক তলত ভালকৈ আলোচনা কৰা হল।

  •  প্ৰথম Blog পোষ্ট লিখাৰ আগতে  Keyword Research কৰিব ।
  •  Blog পোষ্ট লিখাৰ আগতে Article  টোৰ পৰিচয় দিব।
  •  ২-৩ লাইন লিখাৰ পিছত Paragraph Gap ৰাখি দিব।
  •  Heading Tag ৰ ব্যৱহাৰ কৰিব।
  •  বেলেগ কাৰোবাৰ Copy Paste  নকৰিব।
  • Article  টোত Keyword  ৰ ব্যৱহাৰ ভালকৈ কৰিব।
  • Minimum 1000 শব্দৰ Article  লিখিব।
  • Blog  পোষ্টতোত অতি কমেও এখন ছবি ৰাখিব।
  • Blog  পোষ্টটো On Page SEO কৰিব।
  •  Article  টো এনেকুৱা সৰল ভাষাত লিখিব যাতে সাধাৰন মানুহেও বুজি পায়।

আপুনি যদি এইবোৰ Tips   Follow  কৰে তেন্তে আপোনাৰ Article Google  ত অতি সোনকালে Rank কৰিব।

আশা কৰিছো এই পোষ্টোৰ দ্বাৰা আপোনলোকক বুজাব পাইছো যে  Blog  পোষ্ট কেনেকৈ লিখে। যদি লিখা খিনি ভাল লাগিছে তেনেহলে বন্ধুসকলৰ লগতো Share কৰিব আৰু কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে। ধন্যবাদ


লগতে পড়ক- Facebook VIP Account Bio Symbol in Assamese Step by Step 2022